《古兰经》译解

阿萨姆邦语翻译。

Scan the qr code to link to this page

سورة الكوثر - আল-কাউছাৰ

页码

显示经文内容
显示脚注

段 : 1
إِنَّآ أَعۡطَيۡنَٰكَ ٱلۡكَوۡثَرَ
নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।
段 : 2
فَصَلِّ لِرَبِّكَ وَٱنۡحَرۡ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।
段 : 3
إِنَّ شَانِئَكَ هُوَ ٱلۡأَبۡتَرُ
নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।
信息发送成功