আল-কোৰআনুল কাৰীমৰ বিশ্বকোষ

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ আৰু বিশুদ্ধ তাফছীৰ, বিশ্বৰ বিভিন্ন ভাষাত প্ৰচাৰ কৰা এই প্ৰকল্পৰ মূল উদ্দেশ্য

অনুবাদসমূহৰ সূচীপত্ৰ

আল-কোৰআনুল কাৰীমৰ বিশ্বকোষ

কেইবাটাও ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদৰ লগতে ইয়াত সন্ধান আৰু ডাউনলোড কৰাৰো সুবিধা উপলব্ধ

পূৰ্ণাঙ্গ অনুবাদসমূহ

Assamese translation

Translation of the Quran meanings into Assamese by Sh. Rafiqul-Islam Habib Ar-Rahman in 1438 H.

পুৰ্তুগীজ অনুবাদ- হিলমী নচৰ

Translation of the Quran meanings into Portugal by Dr. Helmy Nasr. Corrected by supervision of Rowwad Translation Center -1440.

Bosnian translation - Rowwad Translation Center

Translation of the Quran meanings into Bosnian by Rowwad Translation Center with cooperation with Islamhouse.com

আলবানিয়ান অনুবাদ- হাছান নাহী

আলবানিয়ান ভাষাত আল-কোৰআনুল কাৰীমৰ অর্থানুবাদ। অনুবাদ কৰিছে হাছান নাহী। প্রকাশ কৰিছে ইছলামী চিন্তাধাৰা আৰু ইছলামী সভ্যতাৰ ধাৰক আলবানী ইনস্টিটিউট। প্রকাশকাল ২০০৬ চন.

আজাৰী অনুবাদ- আলী খান মুছায়ইভ

Translation of the Quran meanings into Azerbaijani by Khan Mosaiv. Corrected by supervision of Rowwad Translation Center. The original translation is available for suggestions, continuous evaluation and development.

তুৰ্কী অনুবাদ- ড. আলী ঔঝক আৰু অনুবাদ গোষ্ঠী

Translation of the Quran meanings into Turkish by a group of scholars. Corrected by supervision of Rowwad Translation Center. The original translation is available for suggestions, continuous evaluation and development.

তুৰ্কী অনুবাদ- মৰকজ ৰুওৱাদুত তাৰ্জামা

তুৰ্কী ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। অনুবাদ কৰিছে ইছলাম হাউছ ৱেবছাইট www.islamhouse.com ৰ সহায়ত মৰকজ ৰুওৱাদুত তাৰ্জামাৰ অনুবাদ গোষ্ঠীয়ে। ১৪৪০ চন।

তুৰ্কী অনুবাদ- শ্বাবান ব্ৰীতশ

তুৰ্কী ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। অনুবাদ কৰিছে শ্বাবান ব্ৰীতশ চাহাবে। ৰুওৱাদ অনুবাদ চেন্টাৰৰ তত্ত্বাৱধায়নত ইয়াৰ সংশোধন সম্পন্ন হৈছে। তথা পৰামৰ্শ প্ৰদানৰ বাবে, মূল্যায়ন আৰু উন্নতিৰ স্বার্থত মূল অনুবাদ চোৱাৰো সুযোগ ৰখা হৈছে।

জার্মান অনুবাদ - বুবেনহায়াম

জাৰ্মান ভাষাত কোৰআনুল কাৰীমৰ অৰ্থানুবাদ- অনুবাদ কৰিছে আব্দুল্লাহ আচ-চামিত (ফ্ৰাঙ্ক বোবেনহেম) আৰু ড. নাদীম ইলিয়াছ।

ইংৰাজী অনুবাদ- ৰুওৱাদ অনুবাদ চেন্টাৰ

ইংৰাজী ভাষাত কোৰআনুল কাৰীমৰ অৰ্থানুবাদ- অনুবাদ কৰিছে Islamhouse.com ৱেবছাইটৰ সহায়ত মৰকজ ৰুৱাদুত তাৰ্জামাৰ এটা টীমে। (কাম চলি আছে)

সফলভাৱে প্ৰেৰণ হৈছে