クルアーンの対訳

アッサム語対訳

Scan the qr code to link to this page

سورة الكافرون - আল-কাফিৰূন

ページ番号

節(アーヤ)を表示
脚注を表示

節 : 1
قُلۡ يَٰٓأَيُّهَا ٱلۡكَٰفِرُونَ
কোৱা, ‘হে কাফিৰসকল !
節 : 2
لَآ أَعۡبُدُ مَا تَعۡبُدُونَ
তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,
節 : 3
وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ
আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
節 : 4
وَلَآ أَنَا۠ عَابِدٞ مَّا عَبَدتُّمۡ
আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।
節 : 5
وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ
আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
節 : 6
لَكُمۡ دِينُكُمۡ وَلِيَ دِينِ
(গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।
送信されました