ترجمة معاني القرآن الكريم

الترجمة الأسامية

أمسح رمز الإستجابة السريع للصفحة

سورة الفيل - আল-ফীল

رقم الصفحة

آية

عرض نص الآية
عرض الهامش

آية : 1
أَلَمۡ تَرَ كَيۡفَ فَعَلَ رَبُّكَ بِأَصۡحَٰبِ ٱلۡفِيلِ
তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?
آية : 2
أَلَمۡ يَجۡعَلۡ كَيۡدَهُمۡ فِي تَضۡلِيلٖ
তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?
آية : 3
وَأَرۡسَلَ عَلَيۡهِمۡ طَيۡرًا أَبَابِيلَ
আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?
آية : 4
تَرۡمِيهِم بِحِجَارَةٖ مِّن سِجِّيلٖ
যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।
آية : 5
فَجَعَلَهُمۡ كَعَصۡفٖ مَّأۡكُولِۭ
ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।
تم الإرسال بنجاح